জুবিন(Zubeen Garg)গাৰ্গৰ মৃত্যুত জড়িত অভিযুক্তৰ ফাঁচী বিচাৰিছে এজন যুৱকে।
ৰাজপথত ফাঁচী হোৱাটো বিচাৰে জুবিনৰ মৃত্যুত জড়িত অভিযুক্তৰ।
জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন নাচিম আলীৰ।
‘দৰিদ্ৰ মানুহৰ বাবে এখন সোঁ-হাত নাইকিয়া হৈ গ’ল’।
দুয়োখন ভৰি হেৰুৱাই সহায়ৰ বাবে কাষ চাপিছিল জুবিন গাৰ্গৰ।
জুবিন গাৰ্গে কি দৰে সহায় কৰিছিল নাচিম আলীক, ক’লে সকলো কথা।
ট্ৰাইচাইকেলেৰে নাজিৰাৰ পৰা জুবিন ক্ষেত্ৰলৈ কষ্টকৰ যাত্ৰা নাচিম আলীৰ।
এক ৰে’ল দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুওৱা নাছিম আলিয়ে জুবিন গাৰ্গৰ সহায়ত লাভ কৰিছিল নতুন জীৱন।
এতিয়া জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ উচিত শাস্তিৰো দাবী তুলিলে নাছিম আলিয়ে।

