কাইলৈ যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম।(Zubeen Garg)
ইতিমধ্যে কাহিলীপাৰাৰ পৰা যোৰহাটলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িয়াই অনা কফিনটো।
আজি যোৰহাটলৈ ৰাওনা হ’ব গৰিমা গাৰ্গসহ পৰিয়াল।
আজি যোৰহাটলৈ নিয়া হ’ব জুবিন গাৰ্গৰ চিতাভস্ম।
যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অনুষ্ঠান।
অনুষ্ঠানটোৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি।

