জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ।(Zubeen Garg)
সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইলটো।
সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ জুবিন দাৰ মোবাইল ফোন।
১২ দিন জুবিন গাৰ্গৰ ফোন আছিল সিদ্ধাৰ্থৰ হাততে।
সন্দীপন গাৰ্গে খোজোতেও মোবাইল ফোন দিয়া নাছিল সিদ্ধাৰ্থই।
ম’বাইলৰ উপৰিও জুবিন গাৰ্গৰ অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা।
জুবিনৰ মৃত্যুৰ ১২ দিন পাছত শ্যামকানু আৰু সিদ্ধাৰ্থক আজি গ্ৰেপ্তাৰ।
শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ।
আনহাতে আজি যোৰহাটত জুবিনৰ তেৰ দিনীয়া আদ্যশ্ৰাদ্ধ।

