Zubeen Garg: আজি যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

যোৰহাট আজি ১৩ দিনত প্ৰাণৰ শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। (Zubeen Garg)

সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।

শ্ৰদ্ধাঞ্জলি জনাবলৈ সোঁত বৈছে অগণন গুণমুগ্ধৰ।

ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে, ৰাজনৈতিক ব্যক্তিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ লগতে জড়িত আৰু সাধাৰণ লোক সকলো।

যোৰহাট ষ্টেডিয়ামত চৰকাৰে আয়োজন কৰিছে আদ্যশ্ৰাদ্ধৰ।

শ্যামকানু, সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ খবৰ শুনি সুখী অনুৰাগী।

Related Articles