Zubeen Grag: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব’হাগী উৎসৱৰ বঁটা

জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বেলতলা ব’হাগী উৎসৱৰ বঁটা।(Zubeen Grag)

ড০ ভূপেন হাজৰিকা বঁটা প্রদান জুবিন গাৰ্গলৈ।

বঁটাত আছে শৰাই, মানপত্ৰ, গামোচা আৰু ২ লাখ টকাৰ এখন চেক।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ ধনখিনি অৰ্পণৰ অনুৰোধ কমিটীক।

Related Articles