অপৰাধ

ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা

ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ

আজি অধিবক্তাক লগত লৈ ধেমাজি থানাত উপস্থিত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈৰ।

ঘনকান্ত গগৈৰ এটাৰ পাছত আনটো ক’লা অধ্যায় পোহৰলৈ…

শিৱসাগৰ বেতবাৰীৰ দ-গাঁৱৰ জিণ্টু চেতিয়া নামৰ এজনকো প্ৰৱঞ্চনা। জিন্টু চেতিয়াৰ দুখন এক্সকেভেটৰ চুক্তি কৰি ভাড়ালৈ লৈছিল ঘনকান্তই।ভাড়ালৈ নিয়াৰ পাছত দুয়োখন বাহন বিক্ৰী কৰে ঘনকান্তই।

কলিয়াবৰতো হত্যাকাৰী ঘনকান্তৰ প্ৰৱঞ্চনা…

গুৱাহাটীৰ বিলাস হোটেলৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ থগ-প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ আহিছে।

এনকাউণ্টাৰৰ ভয়ে খেদিছে ঘনকান্ত গগৈকঃ ঘনকান্তৰ সুৰক্ষাক লৈ আদালতৰ নিৰ্দেশনা…

অভিযুক্তই যদি আৰক্ষীৰ জিম্মাৰ পৰা জঁপিয়াই তেন্তে আইন মতে তাৰ বাবে দায়ী হব DCP , চেণ্ট্ৰেল ।

Popular