Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অপৰাধ
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 19, 2024
Cyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।
Dainandin Barta newspapers: দৈনন্দিন বাৰ্তা কাকতৰ টোপোলা চুৰি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক বশ কৰাৰ চক্ৰান্ত!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 14, 2024
পুৰ্বৰ প্ৰতিদিনাৰ দৰে আজিও পুৱা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ গুৱাহাটী আৰু ডিব্ৰুগড় সংস্কৰণৰ বাহনে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এজেঞ্চিসমূহৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলাসমূহ। কিন্তু তাৰ পিছতে বহুকেইটা এজেঞ্চিৰ সন্মুখৰ পৰা অন্তৰ্ধান হয় দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাৰ বহুকেইটা টোপোলা(Theft of Dainandin Barta Newspapers) ।
Online trading scam: সংবাদমাধ্যমত ক’লা ধন বিনিয়োগ কৰি বগা কৰিব বিচাৰিছিল বিকাশ-চুমি-দীপাংকৰে!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 14, 2024
চুমি, বিশাল, দীপাংকৰৰ দৰে লোকসকলৰ বিৰুদ্ধে পাপেৰে অৰ্জা ধন একাংশ সংবাদমাধ্যমতে বিনিয়োগ কৰাৰ অতি গুৰুতৰ তথা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে খোদ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা চেটেলাইট চেনেলে। ৰাজ্যৰ আগশাৰীৰ সাংবাদিকগৰাকীয়ে কৰা মন্তব্য অনুসৰি বিশাল চুমিৰ পাপৰ টকাৰ ভাগ পাইছিল ৰাজ্যৰে আন এগৰাকী আগশাৰীৰ সাংবাদিকে(Online trading scam)।
Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam: ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্মক মাৰাথান জেৰা আৰক্ষীৰ
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 12, 2024
বৰঝাৰ বিমান বন্দৰৰ পৰা আটক মাইনাও ব্ৰহ্মক। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।(Mainao Brahma Detained by Assam Police for Multi-Crore Online Trading Scam)
sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 12, 2024
চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক'লে মিডিয়াই কেতিয়াও মোৰ ভাল নিউজ নকৰে, ডিব্ৰুগড়ৰ কোনো এখন বিহু বা অনুষ্ঠানত মোক নামাতে, মই একদম কান্দিব বিচৰা নাই কিন্তু, মই বহুত Frustrated হৈ আছোঁ। (Sumi Borah cries again in front of camera)
1
...
37
38
39
...
206
Page 38 of 206
Popular
Longest Night: আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা
দৈনন্দিন বাৰ্তা
-
December 21, 2025