অপৰাধ

Dhing Minor rape case: ধিংকাণ্ড: আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তই জেৰাত কি কলে আৰক্ষীক ?

অৱশেষত ধিঙৰ কিশোৰী ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাৰ আন দুটা অন্যতম অভিযুক্তই কৰিলে আত্মসমৰ্পণ(Dhing Minor rape case) ৷ নগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফৰিদুল আৰু গোলাপ উদ্দিন নামৰ এই দুই অভিযুক্তৰ আত্মসমৰ্পণ(Dhing rape case accused) ।

Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

নগাঁও আৰক্ষীৰ অভিযানত ‘বুলচ আইজ’ নামৰ এটা প্ৰৱঞ্চনামূলক অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ(Fraudulent Bulls Eyes Online Trading) । আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে পলাতক হৈ আছে এটা ৰাজনৈতিক দলৰ লগত জড়িত আন দুই মাষ্টাৰমাণ্ড ।

RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

আৰ জি কৰ হাস্পতালৰ এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আপডে(RG Kar Hospital Doctor Rape and Murder)টঃ পলিগ্ৰাফ পৰীক্ষাত চি বি আইৰ তদন্তৰ সময়ত প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ৰ বক্তব্যত বহু অসামঞ্জস্য কথা পোহৰলৈ আহিছে। সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

বিগত কিছুদিন ধৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰনাম দখল কৰি ৰখা ৰহস্যময়ী অভিনেত্ৰীগৰাকী হৈছে চুমি বৰা। মূলতঃ ৰীৱল ৰাণী হিচাবেহে সৰ্বাধিক পৰিচিত চুমি বৰাই...

Online Trading Scam:  অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত…

বিশাল ফুকন সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। অসমীয়া চিনেমা জগতৰ বহুলোকেও ধন কৰিছিল বিনিয়োগ বিশালৰ ওচৰত। বায়েকৰ বিয়াৰ উপহাৰ হিচাপে...

Popular