Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অপৰাধ
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ
গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
ওড়িশাৰ বলাংগীৰ জিলাৰ ঝলিয়ালিটি নামৰ এখন গাঁৱৰ সমীপৰ হাবিত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ । পৰিয়ালৰ অভিযোগ, বলিদানৰ বাবে অপহৰণ কৰি নি কোনো অচিনাক্ত লোকে শিশুটিক হত্যা কৰিছে(Human Sacrifice)। ইফালে এই নৃশংস ঘটনাটোক লৈ ৰুজু হোৱা গোচৰৰ পাছতে গাঁওখনৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে।
Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
এগৰাকী বিধায়কলৈ আহিল এটা নগ্ন ভিডিঅ’ কল(Nude Video Call) । ভিডিঅ' কল কৰোতাই ইয়াৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগেৰে ধন দাবী কৰাৰ আশংকাত চাইবাৰ ছিকিউৰিটি ব্যুৰোৰ কাষ চাপি বিধায়কগৰাকীয়ে ৰুজু কৰিলে এটা গোচৰ।
Vistara Bomb Threat: দিল্লীৰ পৰা লণ্ডন অভিমূখী বিমানত বোমাৰ ভাবুকি, ফ্ৰেংকফৰ্টত জৰুৰীকালিন অৱতৰণ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
যোৱা নিশা দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিষ্টাৰাৰ এখন বিমানে লাভ কৰে বোমাৰ ভাবুকি(Vistara Bomb Threat) । ইয়াৰ পিছতে বিমানখনক জৰুৰীকালীন অৱতৰণ কৰা হয়।
Online Trading Scam in Assam: অসমত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ৪১টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে চিবিআইয়ে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 18, 2024
সমগ্ৰ অসমকে জোকাৰি যোৱা কেইবা হেজাৰ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰীৰ(Online Trading Scam in Assam) ৪১ টা গোচৰৰ তদন্ত আৰম্ভ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ।
Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 18, 2024
খবৰ অনুসৰি যদি ছলমান খানে দাবী কৰা ধন আদায় দিব নোৱাৰে তেন্তে তেওঁৰ অৱস্থা শেহতীয়াকৈ হত্যা কৰা বাবা ছিদ্দিকীতকৈও ভয়াৱহ হ’ব(Salman Khan gets death threat)।
1
...
44
45
46
...
218
Page 45 of 218
Popular
Astro Tips: হনুমানৰ ১২টা অতি প্ৰভাৱশালী নাম, এই ঐশ্বৰিক নাম জপ কৰিলে পোৱা যায় মানসিক শান্তি
দৈনন্দিন বাৰ্তা
-
March 5, 2026