Breaking

Browsing Category

ঐতিহ্য

চামতাত ৫ দিনীয়া বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন সীমান্ত শেখৰৰ

চামতাত উপস্থিত হয় অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ। চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত জামৰতল, পাঠকপাৰা নামঘৰ সমিতি, "সৃষ্টি ডেঞ্চ এণ্ড ড্ৰামা ফাউণ্ডেছন"ৰ অধ্যক্ষ আৰু
Read More...

২১ মাৰ্চত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ৰেল আৰম্ভ কৰিব ভাৰতীয় ৰেলৱেয়ে

ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলযোগে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহ সামৰি লোৱাৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভ্ৰমণ “নৰ্থ ইষ্ট ডিচকভাৰী: বিয়ণ্ড গুৱাহাটী” পৰিচালনাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলৱেই।
Read More...

আৰু বেছি দূৰ নাই, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত চৰাইদেউ মৈদাম

ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে আহোম স্বৰ্গদেউসকলৰ ৬০০ বছৰীয়া ঐতিহাসিক চৰাইদেউ মৈদাম। শুকুৰবাৰে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমৰযোগে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত
Read More...

এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে, কিন্তু সকলোৱে নাপায়; কোনবোৰ বিহু…

সংবাদমেলত আগন্তুক বিহু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। পূৰ্বৰ বাৰৰ দৰে এইবাৰো বিহু কমিটীক ১,৫০,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
Read More...

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে-ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ লুমৰ গামোচাৰ
Read More...

ঐতিহাসিক কাহিনীচিত্ৰ “কইনাকন্দা শিল” ৰ দৃশ্যগ্ৰহণ

মৰিগাঁও জিলাৰ বঘৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কইনকন্দা শিল। এই কইনাকন্দা শিল প্ৰাচীন সময়ৰ তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত ৰাজকীয় প্ৰথাৰ দ্বাৰা শাসিত চুবুৰীয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰৰ এক সঁচা ৰাজকীয় প্ৰেম কাহিনীৰ জীৱন্ত সাক্ষী।
Read More...

ইৰাকত উদ্ধাৰ ৫,০০০ বছৰ পুৰণি ফ্ৰিজ, লগতে ওলাল খাদ্যও

প্ৰত্নতাত্ত্বিকসকলে দক্ষিণ ইৰাকৰ এটা মধুশালাৰ ধ্বংসাৱশেষৰ মাজত এক আকৰ্ষণীয় বস্তু আৱিষ্কাৰ কৰিছে। যিটো প্ৰায় ৫,০০০ বছৰ পুৰণি বুলি থাৱৰ কৰা হৈছে। এই অনুসন্ধানে পৃথিৱীৰ প্ৰথম খন আধুনিক চহৰৰ দৈনন্দিন জীৱনৰ বিষয়ত আলোকপাত কৰিব বুলি আশা কৰা
Read More...

৪৪তম বেলতলা বহাগী উৎসৱৰ প্ৰস্তুতি

বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও বেলতলা বহাগী উৎসৱৰ সমিতিয়ে অহা ২০, ২১ আৰু ২২ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বহাগী উৎসৱ উদ্‌যাপন সমিতিয়ে ব্যাপক প্রস্তুতি চলাইছে। বেলতলা বহাগী উৎসৱ পালনৰ উদ্দেশ্যে
Read More...

এইবাৰ ১৫ হাজাৰ যুৱক-যুৱতীৰ বিহু নৃত্যৰে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য; উপস্থিত থাকিব প্ৰধানমন্ত্ৰী…

অসমৰ গৌৰৱ আৰু ঐতিহ্য বিহুক বিশ্বৰ আগত উজ্জ্বল কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত চিহ্নিত কৰাৰ প্ৰয়াস কৰিছে৷ সেই উদ্দেশ্যে শুক্ৰবাৰে অসম কেবিনেটে ১০ হাজাৰ বিহু নৃত্যশিল্পীক ১৪ এপ্ৰিলত অনুষ্ঠান পৰিৱেশন কৰি বিশ্ব অভিলেখৰ প্ৰয়াসক অনুমোদন জনায়৷
Read More...

‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনো গঁড়ৰ চোৰাং চিকাৰ হোৱা নাছিল’: চোৰাং চিকাৰৰ বিৰুদ্ধে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় বৃহত্তৰ এক শিঙৰ গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে হলিউডৰ অভিনেতা তথা পৰিৱেশবিদ লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ই। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ১৯৭৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাজিৰঙা
Read More...