Breaking

Browsing Category

ধৰ্ম

মঙলবাৰে কৰা এই বিশেষ প্ৰতিকাৰে মানুহৰ ভাগ্য সলনি কৰে, ভগৱান হনুমানে প্ৰতিটো ইচ্ছা পূৰণ কৰিব…

জ্যোতিষৰ মতে সপ্তাহৰ সাতটা দিনেই কোনোবা নহয় কোনোবা দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। আজি মঙলবাৰে হনুমান আৰু মংগল দেৱক পূজা কৰা পৰম্পৰা। এই দিনটোত গ্ৰহণ কৰা কিছুমান ব্যৱস্থাই এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ কৰে। সপ্তাহৰ মঙলবাৰ দিনটোত যদি হনুমানক
Read More...

ঘৰুৱা মন্দিৰত দেৱ-দেৱীৰ মূৰ্তি ৰখাৰ পূৰ্বে এই নিয়মবোৰ জানি লওক…

ঘৰুৱা মন্দিৰটো এটা পবিত্ৰ স্থান য’ত সকলো ধনাত্মক শক্তি প্ৰৱেশ কৰে। এনে পৰিস্থিতিত পৰিয়ালৰ সকলো সদস্যৰ বাবে মন্দিৰত প্ৰাৰ্থনা কৰিলে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰে। গতিকে বাস্তু শাস্ত্ৰৰ মতে গৃহ মন্দিৰৰ বাবে কিছুমান বিশেষ নিয়ম
Read More...

ভগৱান শিৱৰ তৃতীয় চকুৰ কেনেকৈ আবিৰ্ভাৱ হ’ল…

পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনৰ ৰহস্য ভগৱান মহাদেৱৰ চকুত লুকাই আছে। ভগৱান শিৱ আৰু পাৰ্বতীৰ মাজত হোৱা ৰহস্যময় কথা-বতৰাৰ বিষয়ে মহৰ্ষি নাৰদে আমাক কৈ গৈছে। ভগৱান শিৱই চকু মুদি থাকিলেও সকলো জানে? এটা কাহিনী আছে যে এবাৰ মহৰ্ষি নাৰদে নাৰায়ণ-নাৰায়ণ
Read More...

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ! ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় ভাগৱত…

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন । লোকে লোকাৰণ্য হৈ পৰিছে অধিৱেশনস্থলী । অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা । 27 নং ৰাষ্ট্ৰীয়
Read More...

ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে ৫০০ বছৰীয়া দৰগাহ, কেৱল মুছলমানেই নহয় এই দৰগাহত মূৰ দোৱাই…

৫০০ বছৰীয়া এটা দৰগাহ এতিয়া ধৰ্মীয় ঐক্যৰ প্ৰতীক হৈ পৰিছে। কেৱল মুছলমানেই নহয় হিন্দুসকলেও এই দৰগাহত মূৰ দোৱায়। দিল্লীৰ মাজমজিয়াত অৱস্থিত এই দৰগাহৰ নাম হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ।
Read More...

কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰত বিৰাজমান হৈছে এক উদুলি-মুদুলি পৰিৱেশ। শুকুৰবাৰৰ পৰা ৰঙিয়াৰ মৰণজানাৰ হাতীখলা পথাৰৰ শঙ্কৰদেৱৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ব শ্ৰীমন্ত
Read More...

অবিকল ৰামলালা! কৰ্ণাটকৰ নদীত উদ্ধাৰ প্ৰাচীন বিষ্ণু মূৰ্তি, শিৱলিংগ…

আন এক ৰামলালা উদ্ধাৰ হৈছে কৰ্ণাটকৰ নৈৰ বুকুৰ পৰা! সেই মূৰ্তিটো ঠিক যেন অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিহে। ৰামলালাৰ মূৰ্তিৰ দৰেই প্ৰায় অবিকল মূৰ্তি এটা উদ্ধাৰ হৈছে কৰ্ণাটকৰ কৃষ্ণা নদীত।নদীৰ পৰা এটা প্ৰাচীন বিষ্ণু মূৰ্তি
Read More...

ৰামলালাৰ ৰং ক’লা কিয়? উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ…

উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাম মন্দিৰত স্থাপন কৰা ৰামলালাৰ ৰঙকলৈ বিতৰ্কৰ সৃষ্টি কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কগৰাকীৰ মতে ৰামলালাক 'ক'লা' বনোৱা হৈছে! কংগ্ৰেছ বিধায়ক আদেশ সিং চৌহানে
Read More...

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা ! ১৫৩-এ আৰু…

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা, এজাহাৰ দাখিল ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা। চ’চিয়েল মিডিয়াত ৰাম মন্দিৰকলৈ বিতৰ্কিত পোষ্ট কৰি
Read More...

সমাগম হ’ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ ! ১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত…

সমাগম হ'ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ,১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত বাথৌ খেৰাই পূজাৰ আয়োজন ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে বিগত বছৰ বোৰৰ দৰে এইবাৰো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত, সংযুক্ত বড়ো গণ
Read More...