কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে পতাকা লৈ মন্দিৰৰ বাহিৰত বৃহৎ সংখ্যক হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে(Attack on Hindu Temple in Canada)
জ্যোতিষৰ মতে নৱেম্বৰ মাহটো অতি বিশেষ হ’ব। এই মাহত সূৰ্য্য আৰু শুক্ৰকে ধৰি বহু বৃহৎ গ্ৰহৰ গতি সলনি হ’ব, যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত দেখা যাব।(Planet Transit November)