Breaking

Browsing Category

বাণিজ্য

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

৫,ফেব্ৰুৱাৰী, হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত 'শ্বাসহৰ মহাকাসায়'ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সংস্কৃত সংহিতা
Read More...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নত জাতৰ কুকুৰা পালন কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পথত

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আৰু পৰিষদৰ পৰা আৱন্টিত পূঁজিৰে পৰিষদৰ গোগামুখ চেতিয়া গাঁও স্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত আৰম্ভ কৰা উক্ত উন্নত জাতৰ কুকুৰা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে উন্নত মানৰ 'কামৰূপা' কুকুৰা উৎপাদন
Read More...

বাজেট ২০২২ঃ মহিলাৰ সুস্থতাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰে উদ্যোগীসকলে

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ২০২২-২০২৩। এই বাজেটে কাৰ বাবে কেনে বতৰা কঢ়িয়াই আনিব তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে দেশৰ একাংশ আগশাৰীৰ উদ্যোগীয়ে এইবাৰৰ বাজেটত মহিলাসকলৰ
Read More...

কেনেদৰে বাচনি কৰিব বাহনৰ বাবে উৎকৃষ্ট বীমা আঁচনি?

বাহন, ক্ৰেতা আৰু বীমা বৃদ্ধি বাধ্যতামূলক হোৱাৰ লগে লগে বহুলোকে ভালতকৈ ভাল বীমা আঁচনি বাছনি কৰাৰ পৰামৰ্শ বিচাৰি আছে ৷ ভাল আৰু বেয়াবোৰ স্পষ্ট হোৱাৰ পিছতহে এখন বীমা আঁচনি ক্ৰয় কৰিব লাগে ৷ কিয়নো আপোনাৰ এটা ভুলে আপোনাক সমস্যাত পেলাব পাৰে ৷
Read More...

মুকেশ আম্বানীৰ জীৱন সলাই পেলোৱা পাঁচখন গ্ৰন্থ

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি, অন্যতম সফল ব্যৱসায়ী মুকেশ আম্বানীৰ জীৱনক প্ৰভাৱিত কৰিছে পাঁচখন গ্ৰন্থই ৷ হয়, উদ্যোগপতিগৰাকীৰ জীৱনৰ গতিপথ সলাই পেলাইছে গ্ৰন্থই৷ নিয়মিত গ্ৰন্থ অধ্যয়ন কৰে মুকেশ আম্বানীয়ে৷ ব্যস্ত জীৱনসূচীৰ মাজতো
Read More...

হাস্পতালত ভৰ্তি আই-ফোন নিৰ্মাণ প্ৰতিষ্ঠানৰ ২৫৬জন কৰ্মচাৰী

আই-ফোন নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত ঘটিছে অঘটন। প্ৰতিষ্ঠানটোৰ খাদ্যত বিষক্ৰিয়া ঘটি হাস্পতালত ভৰ্তি ২০০-ৰো অধিক কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে ভাৰতৰ তামিলনাডুত থকা আই-ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফক্সক’নত। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত এই ফক্সক’নৰ
Read More...

পঞ্জাব নেচনেল বেংকক কিয় জৰিমনা বিহিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ?

ভাৰতীয় ৰিজাৰ্ভ বেংকে পঞ্জাব নেচনেল বেংকক ১.৮ কোটি টকাৰ জৰিমনা বিহিছে৷ একেদৰে, আইচিআইচিআই বেংকক নিয়ন্ত্ৰক অনুপালনৰ অভাৱৰ বাবে ৩০ লাখ টকাৰ জৰিমনা বিহা হৈছে। ৰিজাৰ্ভ বেংকে জাৰি কৰা এক বিবৃতি অনুসৰি, পাঞ্জাব নেচনেল বেংকক বেংকিং
Read More...

ধুবুৰীৰ বিমল কাৰত টাটা মটৰ্ছৰ টাটা পাঞ্চ মুকলি

 ধুবুৰীবাসীৰ বাবে সুখবৰ।  ধুবুৰীবাসীৰ বাবে সুখবৰ। ধুবুৰীৰ গৌৰীপুৰত নতুনকৈ মুকলি কৰা হ'ল বিমল কাৰৰ এটা ডিলাৰ। ইপিনে এই বিমল কাৰতে আজি মুকলি কৰা হয় ভাৰতৰ আগশাৰীৰ অটোমোবাইল ব্ৰেণ্ড 'টাটা মটৰ্ছ'ৰ টাটা পাঞ্চ (Tata Punch)।উল্লেখ্য যে টাটা
Read More...

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দুটা আঁচনি উদ্বোধন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰিটেইল ডাইৰেক্ট আঁচনি আৰু একত্ৰিত লোকপাল আঁচনি মুকলি কৰে। যদিও আৰ.বি.আই.-ৰ খুচুৰা প্ৰত্যক্ষ আঁচনিয়ে চৰকাৰী চিকিউৰিটিত খুচুৰা অংশগ্ৰহণ বৃদ্ধি কৰিব, ইণ্টিগ্ৰেটেড লোকপাল
Read More...

সোণৰ মূল্য বৃদ্ধি

আন্তৰ্জাতিক বজাৰত সোণে ৩ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে, কিন্তু ঘৰুৱা বজাৰত মূল্যৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰিবলৈ টকা শক্তিশালী হৈছে।আন্তৰ্জাতিক বজাৰত যোৱা ৪০ দিনত সোণ ৫.৬ শতাংশ বৃদ্ধি হৈ তিনি মাহৰ সৰ্বোচ্চ স্তৰত উপনিত হৈছে। মঙলবাৰে নিউয়ৰ্কত
Read More...