বিশেষ লেখা

Classical Journey of the Assamese Language:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা আৰু ইয়াৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াৰ যুঁজখন

বৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মহত্ত্বপূৰ্ণ ভাষা অসমীয়াই দেশৰ সৰ্বোচ্চ ভাষা সন্মান ধ্ৰুপদীৰ মৰ্য্যাদা(Classical Journey of the Assamese Language) কেনেকৈ লাভ কৰিলে? মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ফে’চবুক, এক্স, সংবাদ মেল আদিত ঘোষণা কৰি আহিছে

Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা

দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ' টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।

Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়

ইউৰিক এচিড(Uric Acid) হৈছে জীৱৰ তেজত পোৱা এটা আৱৰ্জনা আৰু ই শৰীৰত পিউৰিন ভাঙিলে সৃষ্টি হয়। আকৌ পিউৰিন হ’ল আমি দৈনন্দিন খোৱা কিছুমান খাদ্য আৰু পানীয়ত পোৱা যায়।

Children’s Rights:শিশুৰ অধিকাৰ, সুৰক্ষা, আইন আৰু প্ৰাসংগিক চিন্তা

শিশু হৈছে দেশৰ অমূল্য সম্পদ, ভৱিষ্যৎ সমাজৰ গুৰি ধৰোতা(Children's Rights)। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ(Law and relevant concerns) দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজলি উঠে।

Shah rukh khan। শ্বাহৰুখ খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ আৰু মুক্তিক লৈ কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া

Shah rukh khan। শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰিছে আৰু ইয়াৰ মুক্তিৰ বিষয়ে জনায় । শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰযোজনা গৃহ ৰেড চিলিজে আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ বাবে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে । গৌৰী খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ প্ৰযোজনা কৰিছে । নিশা, শ্বাহৰুখ খান আৰু নেটফ্লিক্সে আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰে । এতিয়া আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ প্ৰতি কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া আহিছে ।

Popular