মনোৰঞ্জন

Pushpa 2: অন্ধ্ৰ চৰকাৰৰ সমৰ্থনত ‘পুষ্পা ২’ৰ টিকটৰ মূল্যবৃদ্ধি, মুখ্যমন্ত্ৰীক কি ক’লে আল্লুৱে?

বৃহস্পতিবাৰে মুক্তি পাব পুষ্পা ২। সমগ্ৰ দেশতে ছবিখনৰ টিকট বিক্ৰীক লৈ অনুৰাগীৰ মাজত এক উন্মাদনা সৃষ্টি হৈছে।(Pushpa 2)

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ বহু প্ৰত্যাশিত ‘পুষ্পা ২’ ছবিখন মুক্তি পাবলৈ বাকী আছে মাত্ৰ দুদিন। ছবিখনক লৈ অনুৰাগীৰ অপেক্ষাৰ অন্ত নাই। শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ‘পুষ্পা ২’ অনুষ্ঠানত আল্লু অৰ্জুনৰ চকুত চকুলো দেখা গ'ল।(Allu Arjun)

Vikrant Massey: অভিনয়ৰ পৰা হঠাৎ অৱসৰ কিয় বিক্ৰান্ত মেছিৰ! টেলিভিছনৰ পৰ্দাৰ পৰা কিদৰে আত্মপ্ৰকাশ কৰিছিল বলিউদত

দেওবাৰে নিশা বলিউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত ছবি জগতৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। লগতে তেওঁ কৈছিল যে অভিনেতাগৰাকীক ২০২৫ চনত শেষবাৰৰ বাবে পৰ্দাত দেখা পাব।(Vikrant Massey)

Shobitha Shivanna: ৩০ বছৰ বয়সতে জীৱনৰ মায়া-মোহৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰীয়ে!

এফালে পুষ্পা ২ৰ বাবে দক্ষিণৰ তাৰকাসকলে বাতৰিৰ শিৰোনাম দখল কৰি আছে আনফালে দক্ষিণৰ ছবিজগতৰ পৰা এটা বেয়া খবৰ আইছে। এগৰাকী অভিনেত্ৰীৰ মৃত্যুৰ বাতৰিয়ে প্ৰায়ে বতমান সংবাদ শিৰোনাম দখল কৰিছে। কানাড়া অভিনেত্ৰী শ্বোবিতা শিভান্নাই দেওবাৰে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেলেংগানাৰ কোণ্ডাপুৰৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয়।(Shobitha Shivanna)

Bollywood: ‘টেকো পেত্নী’ৰ চৰিত্ৰত অভিনেত্ৰী নীনা গুপ্তাৰ ভিডিঅ’ ভাইৰেল

ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ইউটিউব ইণ্ডিয়াৰ এটা ভিডিঅ’, য’ত বলীউডৰ বিখ্যাত অভিনেত্ৰী নীনা গুপ্তাক ‘আইকনিক গঞ্জী চুৰায়েল’ অৰ্থাৎ পেত্নী হিচাপে দেখা গৈছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ...

Popular