মনোৰঞ্জন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিটিৰ উদ্যোগত অভিনেত্ৰী মলয়া গোস্বামীলৈ ২০২৬ বৰ্ষৰ ‘ভৱেন বৰুৱা বঁটা’

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিটিৰ উদ্যোগত অভিনেত্ৰী মলয়া গোস্বামীলৈ ২০২৬ বৰ্ষৰ ‘ভৱেন বৰুৱা বঁটা’

বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো

বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো

অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে হঠাতে গীত গালে ছনু নিগমে

ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত অস্ত্ৰোপচাৰৰ সময়ত ছনু নিগমক গান গোৱা দেখা গৈছে। কণ্ঠশিল্পীগৰাকীয়ে বেদনা লাঘৱ কৰিবলৈ বাছি লৈছিল মহম্মদ ৰফিৰ গীত।

বলীউডৰ জনপ্ৰিয় অভিনেতা প্ৰদীপ ৰাম সিং ৰাৱতৰ দেহাৱসান

বলীউডৰ জনপ্ৰিয় অভিনেতা প্ৰদীপ ৰাম সিং ৰাৱতৰ দেহাৱসান। মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন আছিল প্ৰদীপ ৰাৱট।

OTT প্লেটফৰ্মৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

অসমীয়া চিনেমা, সাহিত্য, সংগীত আৰু তথ্যচিত্ৰক বিশ্বদৰবাৰত তুলি ধৰাৰ উদ্দেশ্য়ে OTT প্লেটফৰ্মৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।

Popular