মনোৰঞ্জন

চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

গৌৰীৰে নতুন জীৱন আৰম্ভ কৰিলে ‘মিষ্টাৰ পাৰ্ফেকষ্টনিষ্টে’

৬১ বছৰ বয়সত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী গৌৰী স্প্ৰাটৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷

৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা

জনপ্ৰিয় হিন্দী ধাৰাবাহিক 'কুমকুম ভাগ্য'ত অভিনীত অভিনেত্ৰী সঞ্চিতা উগালেৰ আত্মহনন।

সন্তান জন্মৰ পিছত বলীউড এৰিলে কেটৰিনা কাইফেঃ অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তান জন্মৰ পিছত বলীউড এৰিলে কেটৰিনা কাইফেঃ অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পিছত পুনৰ কইনা হ’ব ৪১ বছৰীয়া সুন্দৰী অভিনেত্ৰী

টিভিৰ অন্যতম শীৰ্ষ অভিনেত্ৰী জেনিফাৰ উইংগেটে প্ৰায়ে শিৰোনাম দখল কৰে, সেয়া তেওঁৰ পেছাদাৰী জীৱনেই হওক বা ব্যক্তিগত জীৱনেই হওক।

Popular