Breaking

Browsing Category

মৃত্যু

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক…

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক । স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।
Read More...

কৰিমগঞ্জত ভয়ংকৰ ঘটনা ! তিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টা…

কৰিমগঞ্জত ভয়ংকৰ ঘটনাতিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টাকৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ ডোলুগাংগত গাঁৱত ভয়ানক ঘটনা
Read More...

ছত্তীশগড়ৰৰ বিজাপুৰৰ সংঘৰ্ষত পুনৰ নিহত ৩ মাওবাদী…

ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে ১৩ জনকৈ মাওবাদীক হত্যা কৰাৰ পিছত এইবাৰ পুনৰ তিনিজন মাওবাদী ৰণত পৰিছে। শনিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত যুটীয়া বাহিনীৰ সৈতে সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয় বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে।
Read More...

দূৰদৰ্শনৰ জনপ্ৰিয় নিউজ এংকৰৰ দেহাৱসান…

সংবাদ জগতলৈ পুনৰ দুঃখবৰ। দূৰদৰ্শনৰ জনপ্ৰিয় নিউজ এংকৰ মৃত্যু। শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেলেগু ভাষাৰ প্ৰথমগৰাকী নিউজ এংকৰ শান্তি স্বৰূপে।
Read More...

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ…

ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৰাহুল দাস।
Read More...

নগৰবেৰাত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে নিহত এজন ব্য়ক্তি…

কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ বিদ্যানগৰত আজি দুপৰীয়া এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া শুক্ৰবৰীয়া জুম্মা নামাজৰ পৰত বিদ্যুৎ বিভাগৰ লাইনমেন আৰু একাংশ হাজিৰা শ্ৰমিকে বিদ্যুতৰ তাঁৰত লাগি থকা গছৰ
Read More...

ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ বৰুৱাৰ বিয়োগ…

ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত মৰনৈ বেবেজীয়া অঞ্চলৰ বাটচ'ৰামুখ নিৱাসী ধৰ্মপ্ৰাণা মহিলা তথা ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ মাতৃ স্বৰ্ণ (বকুলি)বৰুৱাৰ আজি পূৱা প্ৰায়-৭.৩০ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত বিয়োগ ঘটে।
Read More...

পঞ্জাৱৰ পাটিয়ালাত জন্মদিনৰ দিনা অনলাইনত অৰ্ডাৰ কৰা কেক খাই মৃত্যু ১০ বছৰীয়া কিশোৰীৰ…

পঞ্জাৱৰ পাটিয়ালাত শোকাৱহ ঘটনা। জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।
Read More...