Breaking

Browsing Category

মৃত্যু

পুনৰ ৰাজ্যত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ সন্মুখীন হৈ হোষ্টেলৰ বিল্ডিঙৰ পৰা জপিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ৰাজ্যত আন এগৰাকী ছাত্ৰীয়ে চৰম সিদ্ধান্ত সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে।
Read More...

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে…

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে । কুলেন্দ্ৰ মোহন দাসৰ মৃত্যত ডিপোটা মিলনপুৰ অঞ্চলত শোকৰ ছা পৰে । ১৯৫৯ চনৰ ৫ জানুৱাৰীত ডিপোটা বামুন চুবুৰিত জন্ম গ্ৰহণ কৰা কুলেন্দ্ৰ মোহন দাসে প্ৰাথমিক শিক্ষা ডিপোটা
Read More...

আজি অনিমেষ হত্যাকাণ্ডৰ এবছৰ পূৰ্ণ হ’ল , ন্যায়ৰ অপেক্ষাত নীৰৱে চকুলো টুকিছে মাতৃয়ে…

আজি অভিশপ্ত সেই ২৯ নৱেম্বৰ। অনিমেষ ভূঞা হত্যাকাণ্ডই পাৰ কৰিলে এটা বছৰ।২০২১ বৰ্ষৰ আজিৰ দিনটোতেই যোৰহাটৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। ৰজাঘৰীয়াই ন্যায়ৰ আশ্বাস দিছিল যদিওঁ
Read More...

অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু

অস্কাৰ বিজয়ী গায়িকা তথা অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।তথ্য় অনুসৰি, আইৰিনৰ ফ্লৰিডাত থকা তেওঁৰ বাসগৃহত মৃত্যু হৈছে। মৃত্যুৰ কাৰণ জনোৱা হোৱা নাই।
Read More...

কৰুণ ! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক…

গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷
Read More...

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ শেষ নিশ্বাস ত্যাগ…

হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ মতে, তেওঁ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত
Read More...

৬০ টাতকৈ অধিক চোৰাং চিকাৰীৰ সন্ধান দিয়া জ’ৰাবৰ গ’লগৈ নেদেখা দেশলৈ…

অসমৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব সফলতাৰে পালন কৰিছিল জ'ৰাবৰে।বহু চোৰাং চিকাৰীৰ সন্ধান দিছিল সি। কিন্তু অৱশেষত গ'লগৈ জ'ৰাবৰ। গ'লগৈ নেদাখা দেশলৈ।
Read More...

পাৱাৰ ৰেঞ্জাৰছৰ অভিনেতা জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ বয়সত মৃত্যু…

পাৱাৰ ৰেঞ্জাৰছৰ অভিনেতা জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ বয়সত মৃত্যু হয় । টমী অলিভাৰ বা ‘পাৱাৰ ৰেঞ্জাৰছ’ৰ গ্ৰীণ ৰেঞ্জাৰ নামেৰে পৰিচিত জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ
Read More...

ফিফাঃ কাটাৰৰ বিশ্বকাপৰ প্ৰস্তুতিত হাজাৰ হাজাৰ ভাৰতীয়ই হেৰুৱালে প্ৰাণ…

ফিফা বিশ্বকাপ আৰম্ভ হৈছে। কাটাৰ আয়োজক দেশ। ২৯ দিনীয়া বিশ্বকাপৰ প্রস্তুতি কাটাৰত বিগত ১২ বছৰ ধৰি অব্যাহত আছে৷ ইফালে এক প্ৰতিবেদনৰ পৰা ওলাই আহিছে চাঞ্চল্যকৰ তথ্য। নেপাল আৰু ভাৰতৰ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। (ফিফা বিশ্বকাপ২২ বিশ্বকাপৰ
Read More...

চীনত পুনৰ বৃদ্ধি পালে কোৰোনাত মৃত্যুৰ সংখ্যা

চীনত পুনৰ প্ৰচণ্ড সংক্ৰমণ কৰ’না ভাইৰাছৰ। চীনত পুনৰ ত্ৰাস কৰিছে কৰ’না ভাইৰাছে। যি সময়ত প্ৰতিখন দেশ ক্ৰমান্বয়ে কৰ’না ভাইৰাছৰ কবলৰ পৰা সুস্থ হৈ উঠিছে, সেই সময়তে চীনৰ পৰিস্থিতি সলনি হৈছে। এতিয়াও কঠোৰ নিয়মেৰে মানি চলি আছে লকডাউন। যিমানেই
Read More...