সাহিত্য সংস্কৃতি

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

এই সময়খিনি বৰ হেঁপাহৰ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়। আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ'বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

‘ভাষা আৰু সংস্কৃতি শক্তিশালী হ’লেহে জাতি শক্তিশালী হৈ থাকে। প্ৰতিগৰাকী অসমীয়াই শুদ্ধকৈ অসমীয়া ভাষা কোৱা আৰু লিখাটো অতি জৰুৰী।(Drum Festival-Workshop) এই বিষয়টো অৱহেলা কৰা মানে জাতিটোৰ প্ৰতি অন্যায় কৰা বুজায়।

Book: অতুল চন্দ্ৰ বৈশ্যৰ গ্ৰন্থ “হাজো দৰ্শন” উন্মোচন

লেখক অতুল চন্দ্ৰ বৈশ্যৰ গ্ৰন্থ " হাজো দৰ্শন" আজি দিছপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন হয়। এই গ্ৰন্থখন উন্মোচন কৰে গোপাল বড়ো হাইস্কুলৰ অধ্যক্ষা ইন্দ্ৰানী...

Classical Journey of the Assamese Language:অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা আৰু ইয়াৰ প্ৰথমগৰাকী সৈনিক ডঃ সংগীতা শইকীয়াৰ যুঁজখন

বৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মহত্ত্বপূৰ্ণ ভাষা অসমীয়াই দেশৰ সৰ্বোচ্চ ভাষা সন্মান ধ্ৰুপদীৰ মৰ্য্যাদা(Classical Journey of the Assamese Language) কেনেকৈ লাভ কৰিলে? মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ফে’চবুক, এক্স, সংবাদ মেল আদিত ঘোষণা কৰি আহিছে

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

নগাঁও বাইপাছৰ(Nagaon Bypass) ছানযুক্তি নামৰ এখন হোটেলৰ(Sunyukti Hotel) নিৰাপত্তাৰ ফোপোলা দিশ উন্মোচন কৰি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে(Actress Amrita Gogoi)।

Popular