‘তাৰিখটো পাহৰি নাযাবদেই’ মহানগৰীৰ ভিন্ন ঠাইত এখন ৰহস্যজনক বেনাৰ।
অনুমতিবিহীনভাৱে কোনো চক্ৰই মহানগৰীত বেনাৰ অৰাৰ অভিযোগ।
ঘটনাক লৈ অপৰাধ শাখাত গোচৰ ৰুজু।
অৱশেষত অজ্ঞাত বেনাৰৰ বিৰুদ্ধে অভিযান চলালে GMCয়ে।
এইদৰে ভিন্ন ঠাইত আঁৰি থোৱা বেনাৰ আঁতৰালে গুৱাহাটী পৌৰ নিগমে।
মেয়ৰ মৃগেন শৰণীয়াৰ নিৰ্দেশত গুৱাহাটীৰ প্ৰায় ৬০ টা স্থানৰ পৰা আঁতৰোৱা হৈছে অজ্ঞাত বেনাৰখন।

