অনুৰাগীৰ বাবে পুনৰ মুকলি জুবিনক্ষেত্ৰ

জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ।

অম্বুবাচী উপলক্ষে তিনিদিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল জুবিনক্ষেত্ৰ।

গামোচাৰে ঢাকি ৰখা মূল স্থান আজি নিবৃত্তিৰ লগে লগে চাফ চিকুণ কৰি জুবিন অনুৰাগীৰ বাবে পুনৰ খুলি দিয়া হৈছে।

পুৱাৰ ভাগতে ধুপ-চাকি দিয়াৰ লগতে স্থানীয় ৰাইজে নাম প্ৰসঙ্গৰ আয়োজন কৰে।

গণশিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ কৰি যাব বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।

আনহাতে, অভিনয়ৰ উদ্যোগত জোনালী ষ্টুডিঅ’ত অনুষ্ঠিত হ’ব গ্ৰীষ্মকালীন নাটৰ কৰ্মশালা।

আনহাতে গ্ৰাম্য ফুটবলৰ দিশতো কাম কৰি যাম বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।

Related Articles