অপহৰণ নহয়, প্ৰেমিকৰ সৈতে পলাই গৈছিল বেবীলিনা শৰ্মা

অপহৰণ নহয়, প্ৰেমিকৰ সৈতে পলাই গৈছিল বেবীলিনা শৰ্মা।

চানমাৰি আৰক্ষীৰ তদন্তত পোহৰলৈ প্ৰকৃত ঘটনা।

প্ৰেমিকৰ সৈতে বাৰানসীত আত্মগোপন কৰি আছিল বেবীলিনা।

ধেমাজিৰ বেবীলিনা স্বামীৰ সৈতে ভাড়াতীয়া হিচাপে বসবাস কৰিছিল গুৱাহাটীৰ জ্যোতিনগৰত।

৪ জুলাইৰ পৰা সন্ধানহীন আছিল বেবীলিনা।

অৱশেষত সন্ধান ওলাল বেবীলিনা শৰ্মা।

অপহৰণ নহয়, প্ৰেমিকৰ সৈতে বাৰাণসীলৈ পলাই গৈছিল জ্য়োতিনগৰৰ ভাড়াঘৰত থকা বেবীলীনা শৰ্মা।

Related Articles