অপৰাধ

বিলাসীপাৰা প্ৰেছ ক্লাবত সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

বিলাসীপাৰা প্ৰেছ ক্লাবত কলা বেজ পৰিধান কৰি সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। সাংবাদিকক আক্ৰমণ কৰা কালপিটক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত এই...

ৰঙিয়া ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ সক্ৰিয় গুলী…

ৰঙিয়া ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ সজীৱ গুলী । নামনিমুৱা অৱধ আচাম এক্সপ্ৰেছৰ পৰা নিশা জব্দ কৰে ৬০০ টা সজীৱ গুলি । জিআৰপিএফৰ তহলদাৰী দলে গুলিসহ এজন...

কুখ্যাত শিশু সৰবৰাহৰ ৰেকেট আটক, হোজাইত গ্ৰেপ্তাৰ ৬ জন

মঙলবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা ১০টা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ডুমডুমা আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি তিনিচুকীয়া আৰক্ষীয়ে...

থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ’ল ধৰ্ষণ আৰু হত্যাৰ!

এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে সোণাপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰা হৈছে।  অভিযোগ অনুসৰি, অভিযুক্ত বাবলু টুমুঙে এই জঘন্য কাণ্ড...

যোগীঘোপাত নৃশংস হত্যাকাণ্ড, ধনৰ লোভত বন্ধুয়ে হত্যা কৰিলে বন্ধুক

যোগীঘোপাত নৃশংস হত্যাকাণ্ড! সাহিনুৰ ইছলামে হত্যা কৰিলে বন্ধু নওসাদ আলীক। হত্যাকাৰী সাহিনুৰ ইছলামক যোগীঘোপা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। শুক্ৰবাৰে আবেলি নতুন গাড়ী ক্ৰয় কৰিবলৈ দুই বন্ধু...

Popular