Breaking

শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ অসমীয়া গীতৰ নৃত্য প্ৰতিযোগিতা…

0 112

সাংস্কৃতিক নগৰী তেজপুৰৰ ঐতিহ্যভূমি জ্যোতি ভাৰতী ( পকী)ত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই অনুষ্ঠিত কৰে Modern dance competition based on Assamese songs.

ঐতিহ্যভূমিত পুৱা ৯’৩০ বজাত পতাকা উত্তোলন কৰে সভাপতি, দিপেন শইকীয়া দেৱে। বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি ড . পৰশমণি সিংহ ডাঙৰীয়াই।শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চএ শিল্পীবৃন্দৰ নিবেদিত সমৱেত সংগীতৰ পাছতেই নৃত্যৰে মুখৰিত হৈ পৰে জ্যোতি ভাৰতী ক্ষেত্ৰ।

২০২৩ চনত তেজপুৰত স্থাপিত শোণিতপুৰ জিলা ঐক্য মঞ্চই ধাৰাবাহিকভাবে বৃহত্তৰ অসমৰ জাতীয় কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মৰ মাজলৈ ধাবিত কৰিবলৈ দিহানাম, বৰগীত, চিত্ৰাংকন, কৰ্মশালা, বৃক্ষৰোপণ আৰু অন্যান্য কৰ্মপন্থাৰে বিজ্ঞ মহলৰ দাপোণ স্পৰ্শ কৰি আহিছে।

Leave A Reply