Breaking

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কৃত দাদু টায়ে…

0 14

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কৃত দাদু টায়ে।


জাননীযোগে এই কথা উল্লেখ APCCৰ সভাপতি ভূপেন বৰাৰ।


গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি আছিল দাদু টায়ে৷


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ বাবে কংগ্ৰেছে জাৰি কৰিছিল শ্ব’কজ৷


অৱশেষত অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কৃত হ’ল দাদু টায়ে।

Leave A Reply