CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত আজি বিৰোধীৰ ‘দিল্লী চলো’ কাৰ্যসূচী

আজি ৰাজধানী দিল্লী কঁপাব INDI এলায়েন্সে।

ভোট আৰু দেশ বচোৱাৰ আহ্বানেৰে আজি পুনৰ দিল্লী কঁপাব বিৰোধীয়ে।

CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত ‘দিল্লী চলো’ কার্যসূচী।

৪ হাজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষী, ২০০ CC কেমেৰা স্থাপনেৰে সাজু প্ৰশাসন।









Related Articles