আজিৰে পৰা দিল্লীত ১৮ সংখ্যক ব্ৰিকছ শিখৰ সন্মিলন

আজিৰে পৰা দিল্লীত ১৮ সংখ্যক ব্ৰিকছ শিখৰ সন্মিলন।

ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই সন্মিলন।

১১ খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ অংশগ্ৰহণ।

ব্ৰিকছ সন্মিলনলৈ অহা ৰাষ্ট্ৰনেতাক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ব্ৰিকছ শীৰ্ষ সন্মিলনত যোগদান কৰিবলৈ ভাৰতলৈ আহিছে চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতিকে ধৰি বহু ৰাষ্ট্ৰ নেতা।

৭ বছৰৰ মূৰত চীনৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

আজি সন্ধিয়া ৫.৪৫ বজাত অনুষ্ঠিত হ’ব মোদী-জিনপিঙৰ বৈঠক।


Related Articles