আজিৰে পৰা পুনৰ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

আজিৰে পৰা পুনৰ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ২৯ টকাকৈ বৃদ্ধি।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিক লৈ দেশজুৰি প্ৰতিক্ৰিয়া।

পূৰ্বে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৯১৩ টকা।

আজিৰ পৰা এই দাম হ’লগৈ ৯৪২ টকা।

গুৱাহাটীত পূৰ্বৰ ৯৬২টকাৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৯৯১টকা।

আনহাতে ডিব্ৰুগড়ত ৯৪১ টকা, যোৰহাটত ৯৫৭.৫০ টকা, শিৱসাগৰত ৯৪৯.৫০ টকা, লখিমপুৰত ১০০৭.৫০ টকা, বৰপেটাত ৯৮৪ টকা, মৰিগাঁৱত ১০০১.৫০ টকা, নলবাৰীত ৯৯০.৫০ টকা।

Related Articles