আজি অসমলৈ আহিব কেন্দ্ৰৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দল।
শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান বিধ্বস্ত এলেকালৈ যাব দলটো।
বান বিধ্বস্ত অঞ্চল ভ্রমণ কৰি বুজ ল’ব ক্ষয়-ক্ষতিৰ।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ ওপৰতে নিৰ্ভৰ কৰিব আর্থিক পেকেজৰ পৰিমাণ।
দিখৌৰ বলিয়া বানে আন্তঃগাঁথনি সম্পূৰ্ণৰূপে নষ্ট কৰিছে ৩ জিলাৰ।

