আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
অসমবাসীয়ে লাভ কৰিব এখন নতুন চৰকাৰ।
পোষ্টেল বেলটৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।
আজি নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য।
অসমসহ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী, কেৰালামৰো ভোটগণনা

