জুবিন গাৰ্গৰ ন্যায়ক লৈ আজি ডাঙৰ দিন।
আজি আদালতত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়।
ফাষ্ট ট্রেক আদালতত অব্যাহত জুবিন মৃত্যু গোচৰৰ তদন্ত।
শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় দিব আদালতে।
ইতিমধ্যে সম্পন্ন জামিন আবেদনৰ শুনানি।
জব্দকৃত সামগ্রী মোকলাই দিবলৈ কৰা আবেদনৰো আহিব ৰায় আজি।

