বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক

বীৰ লাচিত সেনা অসম শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু ।

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত এজনক আটক ।

বিহুবৰৰ পৰা আবিদুৰ ৰহমান নামৰ এজন যুৱকক আটক আৰক্ষীৰ ।

বীৰ লাচিত সেনা, অসমৰ এজাহাৰৰ ভিত্তিত আটক আবিদুৰক ।

মানস জ্যোতি চেতিয়াৰ ঘটনাক লৈ চেলিমা বেগম নামৰ এগৰাকী মহিলাকো আটক।

বিহুবৰৰ পৰা আটক কৰা হৈছে মহিলাগৰাকীক।

বীৰ লাচিত সেনাৰ এজাহাৰৰ ভিত্তিত আটক চেলিমা বেগমক।

আবিদুৰ ৰহমান নামৰ এজন লোককো নিশা আটক কৰিছে আৰক্ষীয়ে।

Related Articles