আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ য়োগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস

আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস।

আজি দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস।

দেশৰ বিভিন্ন প্ৰান্তত দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন।

যোগা ফৰ হেলডি এজিং থীমেৰে পালন কৰা হৈছে দ্বাদশ যোগ দিৱস।

উজান বজাৰস্থিত সতী ৰাধিকা উদ্যানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোগাভ্যাস।

মুখ্যমন্ত্ৰীৰে যোগাভ্যাসত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মন্ত্ৰী অশোক সিংহল আৰু অজন্তা নেওগ।

যোগাসনৰ জৰিয়তে মানুহক শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে এই যোগ সাধনা।

আনহাতে কলকাতাৰ ৰেড ৰোডত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ।

নতুন দিল্লীত বিশেষ নিৰাপত্তা বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ সৈতে যোগ শিবিৰত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰে যোগাসনত।

সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সকলো লোকে যোগ দিৱসৰ কাৰ্যসূচীত কৰিছে অংশগ্ৰহণ।

Related Articles