আজি নহ’ল শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি।
উচ্চ ন্যয়ালয়ত জামিন আৱেদন কৰিছিল শ্যামকানু মহন্তই।
ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই নল’লে শুনানি।
অচিৰেই শুনানিৰ বাবে ধাৰ্য কৰা হ’ব দিন।
পাৰ্থিৱজ্যোতি শইকীয়া আদালতৰ পৰিবৰ্তে অন্য আদালতত হ’ব শুনানি।