আজি পুনৰ শ্যামকানু আৰু সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি।
জুবিন হত্যাৰ কাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তৰ আজি পুনৰ জামিন আবেদনৰ শুনানি।
বুধবাৰে সম্পূৰ্ণ নহ’ল শ্যামকানু মহন্তৰ শুনানি।
আজি আদালতত পুনৰ শপতনামা দাখিল কৰিব সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই।
সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই ভুল নথি পত্ৰ জমা দিছিল আদালতত।
আনহাতে কালি শ্যামকানু মহন্তৰ হৈ যুক্তি অসমৰ অধিবক্তাৰ।
জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা শ্যামকানু মহন্তৰ নতুন অধিবক্তা।

