আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন…

জুবিন বিহীন দ্বিতীয়টো জন্মদিন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন।

ওপজা দিনত ‘হাৰ্টথ্ৰব’লৈ অফুৰন্ত শুভেচ্ছা জনালো।

প্ৰান্তে প্ৰান্তে ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ।

জুবিন ক্ষেত্ৰত উদযাপন জুবিন গাৰ্গৰ জন্মদিন।

হিয়াৰ আমঠুগৰাকীৰ আজি ৫৪ বছৰীয়া ওপজা দিন পালন ৰাজ্যবাসীৰ।

দ্বিতীয়বাৰলৈ জুবিন গাৰ্গবিহীনভাৱে তেওঁৰ ওপজা দিন পালন কৰিছে প্ৰতিজন অসমীয়াই।

সোণাপুৰৰ জুবিনক্ষেত্ৰত শুনা গৈছে কেৱল জয় জুবিনদা ধ্বনি।

বহু ঠাইত জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিৰ সন্মুখত কেক কাটি অনুৰাগীয়ে উদযাপন কৰিছে জুবিনৰ জন্মদিন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষ্যে সামাজিক মাধ্যমত সোঁৱৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

জুবিন গাৰ্গক স্মৰণ কৰি জন্মদিনত পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্য়মত আবেগিক পোষ্ট কৰে।













Related Articles