অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

মহানগৰীৰ হাতীগড় চাৰিআলিত সংঘটিত দুৰ্ঘটনা।

বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়া।

কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ।

Related Articles