আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড।

আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি।

প্রয়োজনত জিলা আয়ুক্তই ল’ব লাগিব চৰকাৰৰ অনুমতি।

২০২৭ৰ মাৰ্চলৈ ST, চাহ বাগানৰ লোকে পাব আধাৰ কার্ড।

অবৈধ বাংলাদেশীয়ে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল’ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত।

Related Articles