চূড়ান্ত হ’ল আমেৰিকা-ইৰাণৰ শান্তি চুক্তি।
১৯ জুনত স্বাক্ষৰিত হ’ব আমেৰিকা-ইৰাণৰ চুক্তি।
ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ’ব শান্তি চুক্তি।
ঘোষণা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ।
এই চুক্তিৰ পাছত সম্পূৰ্ণ টোলবিহীনভাৱে হৰমুজ প্ৰণালী মুকলিৰ ঘোষণা।
হৰমুজ প্ৰণালীৰ পৰা আমেৰিকাই সেনাৰ প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা ট্রাম্পৰ।
তেহৰাণৰ বাবে ১২ বিলিয়ন ডলাৰৰ ফ্ৰীজ হৈ থকা সম্পত্তি মুকলি কৰিব আমেৰিকাই।

