আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজ গোস্বামীৰ-
বিয়াৰ পূৰ্বে ৰিয়াই জানিছিল ৰামানুজৰ ভয়াৱহ ৰোগৰ কথা।
কেৱল টকাৰ বাবেই প্রেম বিবাহ কৰিছিল ৰিয়াই।
নাইট ক্লাবত ৰিয়াই লগ পাইছিল লাখটকীয়াৰ ছুগাৰ ডেডীক।
চুগাৰ ডেডী এজন জোনাব বুলি জানে ৰামানুজে।
ছুগাৰ ডেডীৰ সৈতে ধনৰ লেনদেন হৈছিল ৰিয়াৰ।
ৰামানুজৰ পৰা কথা লুকুৱাবৰ বাবে ৰিয়াই মোবাইলত লগাইছিল পাছৱৰ্ড।
ঘটনাৰ নিশা বহু দেৰিলৈ ৰিয়াই চাই আছিল টিভি।
পাছৰ্ড নিদিয়া বাবেই অত্যাধিক সুৰাপান কৰিছিল ৰামানুজে।
অতিমাত্ৰা খঙত ৰামানুজে ৰিয়াক হত্যা কৰাৰ কথা স্বীকাৰ।

