ঈশ্বৰপুত্ৰৰ অন্তিম ছবিখনৰ হিচাপ প্ৰকাশ সামাজিক মাধ্যমত

‘টীম ৰৈ ৰৈ বিনালে’ই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে ঈশ্বৰপুত্ৰৰ অন্তিম ছবিখনৰ হিচাপ।

জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ মুঠ লাভ ৭,৭৭,৬১,১১৪.৬৮ টকা।

প্ৰায় ৩ কোটি ৫৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছবিখনৰ বক্স অফিচ সংগ্ৰহ ৪৩.০২ কোটি টকা।



আই ক্ৰিয়েচন আৰু জিল ক্ৰিয়েচনছে সদৰী কৰে এই তথ্য।

Related Articles