উজনিৰ বানাক্ৰান্তলৈ ২কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ।
বান বিধ্বস্ত যোৰহাট, শিৱসাগৰ, চৰাইদেউলৈ যাব বিধায়ক আজমল।
আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আগবঢ়াব ২ কোটি টকাৰ সাহায্য।
সদনত ২ কোটি টকাৰ বান সাহায্য ঘোষণা বিধায়ক বদৰুদ্দিন আজমল।
লগতে দুদিনৰ বাবে বাজেট অধিৱেশন স্থগিত ৰাখি সকলো মন্ত্ৰী-বিধায়কক উজনি অসমৰ বান বিধ্বস্ত অঞ্চললৈ গৈ সহায়ৰ দাবী।

