এসপ্তাহৰ বাবে স্থগিত জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

আজিৰে পৰা এসপ্তাহৰ বাবে স্থগিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।

এসপ্তাহৰ বাবে স্থগিত জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ফাষ্টট্ৰেক আদালতৰ কাম-কাজ।

ন্যায়াধীশ এসপ্তাহৰ বাবে ছুটীত থকাৰ বাবে আদালতৰ কাম-কাজ স্থগিত।

জুবিন ভগ্নী পামী বৰঠাকুৰ আৰু শিল্পী জয়ন্ত কাকতিৰ সাক্ষ্য গ্ৰহণেৰে পুনৰ ১৩ জুলাই পৰা আৰম্ভ হ’ব আদালতৰ কাম-কাজ।

Related Articles