Breaking

ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন

0 22


দৰং-ওদালগুৰি সমষ্টি দখলৰ বাবে সাজু হৈছে বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া দলে বলে মনোনয়ন দাখিল দিলীপ শইকীয়া সংগ দিলে বি-টি-আৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, লগতে বহু জ্যেষ্ঠ নেতাই।লোকসভা নিৰ্বাচনত নিজৰ শক্তিৰ উমান দিলে বিজেপি, ইউপিপিএল, এজেপি মিত্ৰ দলে।

হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই আজি
ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়ত দাখিল কৰিলে মনোময়ন।

মনোনয়ন দাখিলৰ পূৰ্বে দলটোৱে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা ওদালগুৰি চহৰৰ মাজেৰে ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈ বিশাল সমদল কৰি প্ৰদৰ্শন কৰিলে শক্তি।

সমদলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰ লগতে বিটিআৰ ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোবাৰী, উৰাখা গৌৰ বহ্ন, ন দিগন্ত কলিতা, পৰামান্দ্ৰ ৰাজবংশী, সাংসদ ৰনাগৌৰা নাৰ্জাৰী, কমলা কলিতা লগতে ইউপিপিএল আৰু এজিপি বিষয়-ববিয়া তথা বহু জেষ্ঠ নেতা সহ বহু হেজাৰ দলীয় কৰ্মকৰ্তা সৈতে এক সমদলৰে দিলীপ শইকীয়া উপাযুক্ত কাৰ্য্যলয়ত মনোনয়ন পত্ৰ প্ৰদান কৰে।

Leave A Reply