কাইলৈ ঘোষণা হ’ব অসম বিধানসভা নির্বাচনৰ ফলাফলঃ জাৰি কৰা হৈছে ১৬৩ ধাৰা

সোমবাৰে ঘোষণা হ’ব অসম বিধানসভা নির্বাচনৰ ফলাফল।

নির্বাচনৰ ফলাফলক লৈ ৰাজ্যত জাৰি কৰা হৈছে ১৬৩ ধাৰা।

এই ধাৰাৰ আধাৰত ৪ মে’ত কি কি নিষেধাজ্ঞা আছে জানি লওক-

কোনো ৰাজনৈতিক দলে উলিয়াব নোৱাৰিব বিজয় সমদল।

ভোটগণনা প্রক্রিয়া চলি থকা এলেকাত ভিৰ কৰা নিষিদ্ধ।

প্ৰাৰ্থীৰ সমৰ্থনত সমৰ্থকৰ শ্লোগান নিষিদ্ধ।

আতচবাজী, ফটকা ফুটুৱা সম্পূৰ্ণৰূপে নিষিদ্ধ।

শান্তি-সম্প্রতি বিঘ্নিত কৰা কাৰ্য নিষিদ্ধ।

Related Articles