কাজিৰঙাৰ দুৰ্ঘটনাত নিহত পৰিয়াললৈ ৯ লাখ টকাকৈ সাহায্য ঘোষণা

কাজিৰঙাৰ ৰঙাজানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে-

কাজিৰঙাৰ দুৰ্ঘটনাত নিহতলৈ মুঠ ৯ লাখ টকাকৈ সাহায্য ঘোষণা।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব মুঠ ৭ লাখ টকাৰ সাহায্য।

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ৫ লাখ টকাৰ সাহায্য।

দু্ৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া হ’ব ২ লাখ টকা।

প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও ২ লাখ টকাৰ সাহায্য।

সৰ্বমুঠ ৯ লাখ টকাৰ সাহায্য লাভ কৰিব দুৰ্ঘটনাত নিহতৰ পৰিয়ালে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা ঘোষণা।

Related Articles