Breaking

কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠান

0 33

কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠানৰ তৃতীয় দিনা নিশা উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য । ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে প্ৰথম মা হিছাপে জন্মদাতা মাতৃ আৰু শিক্ষাগুৰু সকল, দ্বিতীয় মা মাতৃভূমি অসম আৰু তৃতীয় মা মাতৃ ভাষা অসমীয়া এই তিনি গৰাকী মাক সদাই মনত ৰাখিবলৈ অনুৰোধ কৰি এক মননশীল বক্তব্য প্ৰদান কৰে লগতে হীৰক-জয়ন্তী বৰ্ষ গৰাকী কুৰালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খন এখন আৰ্দশ বিদ্যালয় হিছাপে গঢ়ি তুলিবলৈ ৰজাঘৰীয়াক অনুৰোধ জনাই।

Leave A Reply