গণেশগুৰিত পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন মাৰ্চেল বৰুৱাৰ।
অগনণ লোক সমবেত, সকলোৰে মুখত জয় জুবিন দা শ্ল ‘গান

উৰণসেতুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে গণেশগুৰি।
পুনৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকন কৰাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ লগতে ৰাইজক গণেশগুৰিলৈ আমন্ত্ৰণ জনাইছিল চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই।
এতিয়া অগনণ লোক সমবেত গণেশগুৰিত।
‘জয় জুবিন দা’ ধ্বনিৰে উত্তাল গণেশগুৰি।

