গুৱাহাটীত উপস্থিত কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই

গুৱাহাটীত উপস্থিত কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক বিজয়ী অসমৰ গৌৰৱ বক্সাৰ লাভলিনা বৰগোহাঁই।

খেলুৱৈগৰাকীক আদৰণি বিমানবন্দৰ কৰ্তৃপক্ষ, CISF বাহিনীৰ লগতে বিমান বন্দৰত অসম গৌৰৱ লাভলীনাক আদৰণি শুভাকাংক্ষীৰ।

ফুলাম গামোচা, জাপি, ফুলৰ থোপাৰে উষ্ম আদৰণি খেলুৱৈগৰাকীক।

গৃহৰাজ্যত উপস্থিত হৈ বান পৰিস্থিতিক লৈ উদ্বিগ্ন লাভলীনা।

Related Articles